skip to Main Content
+91 94351 00097 jintusaikia64@gmail.com

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্রী হিতেশ্বৰ শইকীয়া সোঁৱৰণীত

“যুক্তিনিনাদ”

অসম ৰাজ্যিক NSUI ৰ উদ্যোগত আৰু নাজিৰা সমষ্টি NSUI ৰ সহযোগত

প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত

আন্তঃ মহাবিদ্যালয়/বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা
সদনৰ মতে “…”

Topic: The government’s preference for the interests of Crony capitalists is the main reason for rampant unemployment and skyrocketing prices in the country

বিষয়: চৰকাৰৰ দ্বাৰা পুঁজিবাদীসকলৰ স্বাৰ্থক প্ৰাধান্যতা প্ৰদান কৰাটোৱে ভাৰতবৰ্ষৰ বৰ্ধিত নিবনুৱা আৰু আকাশলংঘী মূল্যবৃদ্ধিৰ মূল কাৰণ।

নিয়মাৱলী :

১। প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত হ’ব ।

২। প্ৰতিখন শিক্ষানুষ্ঠানৰ পৰা মুঠ দুটা দলে (এজন সপক্ষে আৰু এজন বিপক্ষে) অংশ গ্ৰহন কৰিব পাৰিব ।

৩। প্ৰতিযোগিতা অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে অনুষ্ঠিত হ’ব।

৪। প্ৰতিজন প্ৰতিযোগীয়ে ৪ (চাৰি) মিনিটকৈ সময় পাব আৰু সদনত বিধেয়ক উত্থাপন কৰোতাই সামৰণিৰ বাবে অতিৰিক্ত ২( দুই) মিনিট সময় পাব।

পুৰস্কাৰ: সৰ্বমুঠ ৭৫,০০০ হাজাৰ।

স্থান- এম.চি ক্লাৱ, নাজিৰা

তাৰিখ-২২ এপ্ৰিল

সময় দিনৰ- ১০ বজাত

Back To Top